উত্তৰ-পূব

নগালেণ্ডৰ চুমুকেডিমা কঁপালে ভূমিকম্পই…

asomiyapratidin
  • বুধবাৰে নগালেণ্ডৰ চুমুকেডিমা কঁপাই গ'ল ভূমিকম্পই।
  • চুমুকেডিমাত অনুভূত হয় ২.৭ প্ৰাবল্যৰ ভূমিকম্প।
  • প্ৰায় ৩.৫৩ বজাত অনুভূত হয় ভূমিকম্প।
  • অৱশ্যে কোনো ক্ষয়ক্ষতি হোৱা নাই।