উত্তৰ-পূব

ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ…

asomiyapratidin
  • মঙলবাৰে ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰ।
  • ৰাজ্যখনৰ মৈৰাঙত অনুভূত হয় ৪.১ প্ৰাবল্যৰ ভূমিকম্পন।
  • সন্ধিয়া প্ৰায় ৪.১০ বজাত অনুভূত হয় জোঁকাৰণি।
  • এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই ভূমিকম্পৰ ফলত।