- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত উত্তাল প্ৰতিবাদ ত্ৰিপুৰা ষ্টুডেন্টছ ইউনিয়নৰ ।
- বিধেয়কখন বাতিলৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদ।
- যোৱা ৮ জানুৱাৰীত ত্ৰিপুৰাত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰৰ ওপৰত গুলীচালনাৰো প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে।
- বিধেয়ক বাতিলৰ বাবে আন্দোলন চলাই যাব বুলিও কলে সংগঠনটোৱে।