উত্তৰ-পূব

নিশা ১০ বজাৰ পৰা শ্বিলঙত জাৰি কৰা হ’ব সান্ধ্য আইন…

asomiyapratidin
  • শ্বিলং আৰু চুবুৰীয়া এলেকাসমূহত শনিবাৰে নিশা ১০ বজাৰ পৰা জাৰি কৰা হ'ব সান্ধ্য আইন।
  • দেওবাৰৰ পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি ৰখা হ'ব ।
  • লাহে লাহে স্বাভাৱিক হ'বলৈ ধৰিছে পৰিস্থিতি।
  • প্রশাসন-আৰক্ষীয়ে শ্বিলং আৰু কাষৰীয়া এলেকাহসমূহত ৰাখিছে নজৰ।