উত্তৰ-পূব

বিজেপিৰে মিত্ৰতা ভংগ কৰিবলৈ প্ৰস্তুত এন পি পি!

asomiyapratidin
  • মেঘালয়ৰ শাসক দল এন পি পিয়ে মিত্ৰতা ভংগ কৰিব বিজেপিৰে।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেই মিত্ৰতা ভংগৰ হুংকাৰ এনপিপিৰ।
  • দিল্লীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ এই হুংকাৰ।
  • চাংমাৰ হুংকাৰৰ পাছতে গৃহমন্ত্ৰীৰ পুনৰ বৈঠকৰ আহ্বান।
  • দিল্লীত অগপ নেতৃত্বৰে বৈঠকৰ অন্তত এই ঘোষণা কৰে কনৰাড চাংমাই।