আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস। ৰাজ্য দুখনে উদযাপন কৰিব ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৮৭ চনৰ আজিৰ দিনটোতে ৰাজ্য হিচাপে স্বীকৃতি পাইছিল মিজোৰাম আৰু অৰুণাচল প্ৰদেশ।ৰাজ্য দুখনৰ কেইবা ঠাইতো আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস।