উত্তৰ-পূব

অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ পাকে পাগা হৰ্ণবিল মহোৎসৱ

asomiyapratidin
  • অৰুণাচলৰ চিজুচাত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক পাকে পাগা হৰ্ণবিল মহোৎসৱ।
  • উদুলি-মুদুলি চিজুচাৰ মহোৎসৱস্থলী।
  • শুকুৰবাৰে পুৱা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনয়ে শুভাৰম্ভ কৰিলে এই মহোৎসৱ ।
  • দেশী-বিদেশী পৰ্যটকে ভৰি পৰিছে চিজুচা।