উত্তৰ-পূব

আজি শপত ল’ব অৰুণাচলৰ নতুন চৰকাৰে…

asomiyapratidin
  • আজি শপত ল'ব অৰুণাচলৰ নতুন চৰকাৰে।
  • অৰুণাচলৰ প্ৰথমখন নিৰ্বাচিত বিজেপি চৰকাৰে ল'ব শপত।
  • দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল'ব পেমা খাণ্ডুৱে।
  • পেমা খাণ্ডুৰ সতীৰ্থ মন্ত্ৰীসকলেও আজি লব শপত।
  • শপতগ্ৰহণ অনুষ্ঠানত থাকিব বিজেপিৰ বহু জ্যেষ্ঠ নেতা।
  • উপস্থিত থাকিব 'নেডা'ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা।
  • ৬০ জনীয়া বিধানসভাত ৪০ খন আসন দখল বিজেপিৰ ।