অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মিনে কৰিলে ভোটদান। নামচাইৰ সমীপৰ মহং ভোট কেন্দ্ৰত সাধাৰণ লোকৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটদান ৷ চৌনা মিনে এইবাৰ ৪৬ চৌখাম বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।শান্তিপূৰ্ণভাৱে চনি আছে ভোটগ্ৰহণ।