উত্তৰ-পূব

অৰুণাচলত নতুনকৈ ৩৭ জনৰ দেহত কোৰোনা

asomiyapratidin
  • অৰুণাচলত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩৭ জন লোক।
  • এই তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৩২ গৰাকীলৈ বৃদ্ধি হৈছে।
  • এতিয়াও চিকিৎসাধীন হৈ আছে ১৬০ গৰাকী লোক।
  • ইফালে ৭১ গৰাকী লোক আৰোগ্য হোৱাৰ লগতে এজনৰ মৃত্যু হৈছে।