উত্তৰ-পূব

অৰুণাচলত সেনা-এন এছ চি এনৰ সংঘৰ্ষ, নিহত ১ সেনাজোৱান

asomiyapratidin
  • অৰুণাচলৰ লংডিঙত সেনা-এন এছ চি এন (কে)ৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত এজন সেনা জোৱান নিহত।
  • আহত হৈছে তিনিজন সেনা জোৱান।
  • আহত তিনিজন সেনা জোৱানক হেলিকপ্টাৰেৰে চিকিৎসালয়লৈ প্ৰেৰণ।