উত্তৰ-পূব

কৃত্ৰিম বানৰ কৱলত আগৰতলা…

asomiyapratidin
  • ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্ত কৃত্ৰিম বানৰ কৱলত।
  • ৰাজধানী চহৰ আগৰতলাত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বান।
  • দেওবাৰে নিশাৰ পৰা বানৰ কৱলত চহৰখন।
  • বানৰ ফলত স্তব্ধ হৈ পৰিছে জনজীৱন।