উত্তৰ-পূব

মণিপুৰত যোৱা ২৪ ঘন্টাত ৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯…

asomiyapratidin
  • চুবুৰীয়া ৰাজ্য মণিপুৰত যোৱা ২৪ ঘন্টাত ৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯।
  • ৰাজ্যখনত ১৩৬৬জনলৈ বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্ত লোৰ সংখ্যা।
  • ইয়াৰ ভিতৰত ৬৭৭জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।
  • মণিপুৰৰ ৰাজ্যপাল নাজমা হেপটুল্লাই সদৰী কৰে এই তথ্য।