উত্তৰ-পূব

খেয়ালি প্ৰকৃতি! মণিপুৰৰ চান্দেলত আৱিষ্কাৰ ৩ কিলোগ্ৰামৰ বৃহৎ কাঠফুলা…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ খেয়ালি প্ৰকৃতি । মণিপুৰৰ চান্দেল জিলাত আৱিষ্কাৰ হৈছে এপাহ বৃহৎ আকাৰৰ কাঠফুলা । চান্দেল জিলাৰ জাফৌত ঠাইত অঙগো নামৰ এগৰাকীক কৃষকে নদীৰ পাৰত প্ৰায় ৩ কিলোগ্ৰামৰ ওজনৰ এই বৃহৎ কাঠফুলা পাঁহ বৃহস্পতিবাৰে আৱিষ্কাৰ কৰে ।