উত্তৰ-পূব

মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

asomiyapratidin
  • বুধবাৰে মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ।
  • জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় ১.৮ কোটি টকা।
  • অসম ৰাইফলছৰ অভিযানত এখন মাৰুতী ভানৰ পৰা জব্দ হৈছে সোণখিনি।
  • ম'ৰেৰ পৰা ইম্ফললৈ সোণখিনি লৈ গৈছিল মাৰুতী ভানখনত।
  • ধৃত যুৱকজনৰ নাম মহম্মদ আব্দুল ৰজক।