৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...
৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...  
উত্তৰ-পূব

৩১ গৰাকী আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰিলে NSCN (IM) নাগা আৰ্মিয়ে...

Asomiya Pratidin
  • নাগালেণ্ডত এন এছ চি এন আই এম নাগা আৰ্মিয়ে আৱদ্ধ কৰিলে আছাম ৰাইফলছৰ জোৱানক।

  • ৩১ জনকৈ আছাম ৰাইফলছৰ জোৱানক আৱদ্ধ কৰাৰ খবৰ।

  • ৩১ গৰাকী জোৱানেই আছিল ২৫ নং আছাম ৰাইফলছৰ।

  • নাগালেণ্ডৰ ক'হিমা জিলাত সংঘটিত হৈছে এই ঘটনা।

  • এন এছ চি এনৰ এলেকাত আছাম ৰাইফলছৰ দলটোৱে প্ৰৱেশ কৰাৰ বাবেই সংঘটিত হৈছে এই ঘটনা।

  • দুয়োপক্ষৰ মাজত তীব্ৰ বাক- বিতণ্ডা।

  • আজি বিয়লি প্ৰায় আঢ়ৈ বজাত সংঘটিত হৈছে এই ঘটনা ।

  • আছাম ৰাইফলছৰ বিৰুদ্ধে যুদ্ধ বিৰতি নিয়ম ভংগৰ অভিযোগ।

  • যুদ্ধ বিৰতিৰ নিয়ম অনুসৰিয়েই অৱশেষত অস্ত্ৰসহ আছাম ৰাইফলছ দলটোক মুকলি কৰি দিয়ে এন এছ চি এন আই এম নাগা আৰ্মিয়ে।