ৰাষ্ট্ৰীয়

শনিবাৰৰ সংঘৰ্ষত নিহত শ্বহীদ জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন…

asomiyapratidin
  • শনিবাৰৰ জম্মু-কাশ্মীৰৰ হাণ্ডৱাড়াত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি।
  • চি আৰ পি এফ জোৱান শ্যাম সিঙ যাদৱক শেষ শ্ৰদ্ধাঞ্জলি।
  • শ্ৰীনগৰত সামৰিক মৰ্য্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জোৱান জনক।
  • শুকুৰবাৰে সেনা সন্ত্ৰাসবাদী সংঘৰ্ষত দুজন জোৱান শ্বহীদ হোৱাৰ লগতে পাক সেনা গুলীত নিহত হৈছিল কেইবাজনো সাধাৰণ নাগৰিক।