- বৃহস্পতিবাৰৰ পৰা উত্তৰ প্ৰদেশৰ গাজিয়াবাদত নৈশ সান্ধ্য আইন ঘোষণা ।
- নিশা ১০ বজাৰ পৰা ৫ বজালৈ গাজিয়াবাদ জিলাত ঘোষণা কৰা হৈছে লকডাউন ।
- কোভিডৰ সংক্ৰমন বৃদ্ধিৰ বাবে এই ঘোষণা কৰে জিলা প্ৰশাসনে ।
- কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ নয়ডাতো ঘোষণা কৰা হৈছে নৈশ সান্ধ্য আইন ।
- দেশত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হয় ১ লাখৰো অধিক লোক ।