ৰাষ্ট্ৰীয়

আজি পশ্চিমবংগলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

asomiyapratidin
  • আজি পশ্চিমবংগলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • ৰাজ্যখনৰ দুৰ্গাপুৰত ৰে'লৱে প্ৰকল্পৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • লগতে বনগাঁও আৰু দুৰ্গাপুৰত সম্বোধন কৰিব দুখনকৈ জনসভা।
  • প্ৰধানমন্ত্ৰীৰ আগমনত ৰাজ্যখনত কটকটীয়া নিৰাপত্তা।