মধ্যপ্ৰদেশত অঘটন।মধ্যপ্ৰদেশৰ বামুৰাকুঞ্জ গাঁৱত খহি পৰিল গণেশ চতুৰ্থীৰ পেণ্ডেলৰ দেৱাল।পেণ্ডেলৰ দেৱাল খহি পৰাৰ ফলত নিহত দুগৰাকী মহিলা।ইফালে, গুৰুতৰভাৱে আহত ৪জন।আহত কেইজনক ভৰ্তি কৰা হৈছে হাস্পতালত।