ৰাষ্ট্ৰীয়

আজি সত্যৰ জয় হৈছেঃ বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল…

asomiyapratidin
  • অযোধ্যা ভূমি বিবাদৰ চূড়ান্ত ৰায়দানৰ পাছত বিশ্ব হিন্দু পৰিষদৰ সংবাদমেল।
  • বিশ্ব হিন্দু পৰিষদৰ অধ্যক্ষ আলোক কুমাৰে সম্বোধন কৰে সংবাদমেল।
  • 'এই ৰায়দান কাৰো বাবে অপমানজনক নহয়'
  • 'এয়া কোনো পক্ষৰ জয়-পৰাজয় নহয়'
  • 'আজি সত্যৰ জয় হৈছে'
  • 'আজি প্ৰমাণ হ'ল যে বিবাদিত ভূমিৰ তলত আছিল ৰাম মন্দিৰ'