ৰাষ্ট্ৰীয়

ৰাজস্থানত ভোটগ্ৰহণৰ মাজতে মটৰ চাইকেল বিস্ফোৰণ

asomiyapratidin
  • ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে বিস্ফোৰিত হ'ল এখন মটৰ চাইকেল৷
  • ফাটেহপুৰ জিলাৰ চিকৰৰ সুভাষ স্কুলত অনুষ্ঠিত হৈ থকা ভোটগ্ৰহণ কালতে বিস্ফোৰণ ঘটে বাহনখনত৷
  • দুৰ্ঘটনাত কোনো ক্ষয় ক্ষতি হোৱা নাই৷
  • দুৰ্ঘটনাৰ পিছত আধা ঘন্টা পৰ্যন্ত স্থগিত ৰখা হয় ভোটগ্ৰহণ৷
  • পিছত পুনৰ আৰম্ভ হয় ভোটগ্ৰহণ পৰ্ব৷