ডি ৱাই চন্দ্রচূড় দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা।বৰ্তমানৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে প্রস্তাৱ কৰিলে নাম।আইন মন্ত্রী কিৰেণ ৰিজিজুলৈ প্রেৰণ ডি ৱাই চন্দ্রচূড়ৰ নাম।৮ নৱেম্বৰত অৱসৰ গ্রহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশে।