ৰাষ্ট্ৰীয়

উত্তৰ প্ৰদেশৰ তাপ বিদ্যুত কেন্দ্ৰত ব্বিধংসী অগ্নিকাণ্ড

asomiyapratidin
  • দেওবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ সোণভদ্ৰস্থিত তাপ বিদ্যুত কেন্দ্ৰত ব্বিধংসী অগ্নিকাণ্ড।
  • পুৱা ৫ বজাৰ পৰা কেইবাখনো অগ্নি নিৰ্বাপক গাড়ীৰে নিৰ্বাপন কৰিব পৰা নাই জুই।
  • খবৰ অনুসৰি কোনো শ্ৰমিক হতাহত হোৱা নাই ।
  • কাৰিকৰী বিজুতিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।