ৰাষ্ট্ৰীয়

উত্তৰপ্ৰদেশৰ আতচবাজীৰ ফেক্টৰীত বিস্ফোৰণ, নিহত ৬জন…

asomiyapratidin
  • উত্তৰপ্ৰদেশৰ ইটাহ জিলাত ভয়ংকৰ বিস্ফোৰণ।
  • অঞ্চলটোৰ এটা আতচবাজীৰ ফেক্টৰীত এই বিস্ফোৰণ।
  • বিস্ফোৰণৰ পাছতেই সংঘটিত হয় অগ্নিকাণ্ডৰ।
  • এই ঘটনাত নিহত ৬জনকৈ লোক।
  • ইফালে, গুৰুতৰভাৱে আহত কেইবাজনো ফেক্টৰীটোৰ শ্ৰমিক।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে অৱশেষত নিৰ্বাপিত কৰে জুই।