ওড়িশ্যাৰ বালাংগিৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।বালাংগীৰ জিলা বান বিধ্বস্ত অঞ্চলসমূহ নিৰীক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।.লগতে বন্যাৰ্তসকলৰ খবৰ লয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।বালাংগিৰ জিলাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকতো বহে তেওঁ।