ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক কোভিডত আক্ৰান্ত …

asomiyapratidin
  • কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক কোভিডত আক্ৰান্ত ।
  • বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ উপস্থিতি ।
  • টুইটাৰ যোগে কোভিডত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ।
  • মন্ত্ৰী গৰাকীৰ সংস্পৰ্শত অহা প্ৰতি গৰাকীক লোকক কোভিড পৰীক্ষা কৰিবলৈ আহ্বান মন্ত্ৰী গৰাকীৰ।
  • ইফালে দেশত এদিনতে প্ৰায় ৩ লক্ষাধিক লোক কোভিডত আক্ৰান্ত হৈছে ।