ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী।
  • ইয়াৰে এটা সন্ত্ৰাসবাদী বহিঃৰাষ্ট্ৰৰ বুলি সদৰী কৰে নিৰাপত্তাৰক্ষীয়ে।
  • দুয়োটা সন্ত্ৰাসবাদী হিজবুল মুজাহিদ্দীনৰ সদস্য আছিল