জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ২ সেনা জোৱান।বাৰামোল্লা জিলাৰ চপ'ৰেত সংঘটিত হৈছে এই ঘটনা।ঘটনাৰ পিছতে সেনা বাহিনীয়ে তীক্ষ্ণ নজৰ ৰাখিছে সমগ্ৰ অঞ্চলটোত।পুনৰ যাতে কোনো ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তালাচী।