ৰাষ্ট্ৰীয়

হঠাৎ বৃদ্ধি নদীৰ জলপৃষ্ঠ! দলঙৰ ওপৰত আৱদ্ধ দুজনক হেলিকপ্টাৰেৰে উদ্ধাৰ… VIDEO

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ টাৱী নদীত হঠাৎ জলপৃষ্ঠ বৃদ্ধি।
  • ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বৃদ্ধি পাইছে নদীখনৰ জলপৃষ্ঠ।
  • জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছৰ এখন দলঙত আৱদ্ধ দুজন স্থানীয় লোক।
  • হেলিকপ্টাৰেৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে লোক দুজনক।
  • ৰছীৰে বান্ধি লোক দুজনক উদ্ধাৰ কৰা হয়।

চাওঁক ভিডিঅ'-