ৰাষ্ট্ৰীয়

তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে… VIDEO

asomiyapratidin
  • বৃহস্পতিবাৰে কেইবা টনো জাৱৰ পেলালে তামিলনাডুৰ তিট্টাকুডিৰ এখন নদীত।
  • টাউন পঞ্চায়তৰ কৰ্মীসকলে নদীত পেলালে এই জাৱৰখিনি।
  • কেইবাখনো বাহনেৰে পেলোৱা হয় জাৱৰ।