ৰাষ্ট্ৰীয়

ইভিএমৰ সলনি বেলট পেপাৰ বিচাৰি দিল্লীত তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰতিবাদ

asomiyapratidin
  • দিল্লীত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ।
  • প্ৰতিবাদ সাব্যস্ত কৰিছে দলটোৰ সাংসদসকলে।
  • মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ কাষতে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ।
  • 'আমাক ই ভি এম নালাগে, বেলট পেপাৰ দিয়ক' বুলি প্ৰতিবাদ।