ৰাষ্ট্ৰীয়

কৰ্ণাটকৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা জি পৰমেশ্বৰৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান, জব্দ কেইবা কোটি টকা…

asomiyapratidin
  • কৰ্ণাটকৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী জি পৰমেশ্বৰৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান।
  • বৃহস্পতিবাৰে অভিযান চলাই জব্দ কৰা হয় ৪.৫২ কোটি টকা।
  • প্ৰায় ৩০ টা স্থানত চলোৱা হৈছিল অভিযান।
  • শুকুৰবাৰেও অব্যাহত আছে আয়কৰ বিভাগৰ অভিযান।
  • বাংগালুৰুৰ সিদ্ধাৰ্থ চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰৰ পুৱাৰে পৰা চলাই থকা হৈছে অভিযান।
  • চিকিৎসা মহাবিদ্যালয়খন কংগ্ৰেছ নেতাগৰাকীৰ সম্পৰ্কীয় এটা ট্ৰাষ্টে চলাই বুলি জানিব পৰা গৈছে।