৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...
৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ... 
ৰাষ্ট্ৰীয়

৩ ৰাজ্যত পৰাস্ত ! তেলেংগানাত বৰ্তমান কি অৱস্থা কংগ্ৰেছৰ? চাওঁক এই খবৰ...

Asomiya Pratidin
  • তেলেংগানাত ৬৩ খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।

  • দলটোৱে ১৩ আসনত বিজয় সাব্যস্ত কৰিছে।

  • এতিয়াও অগ্ৰগতি লাভ কৰি আছে ৫০ খন আসনত।

  • বি আৰ এছ আগবাঢ়ি আছে ৪০ খন আসনত।

  • ইয়াৰে ৭ খন আসনত দলটোৱে বিজয় সাব্যস্ত কৰিছে।

  • দলটো আগবাঢ়ি আছে আন ৩৩ খন আসনত।

  • বিজেপি ১ খন আসনত বিজয়ী হোৱাৰ লগতে আন ৮ খন আসনত আগবাঢ়িছে।

  • এ আই এম আই এম ৬ খন আসনত আৰু চি পি আই ১খনকৈ আসনত আগবাঢ়ি আছে।