ৰাষ্ট্ৰীয়

টিডিপিৰ জ্যেষ্ঠ নেতা এন শিৱা প্ৰদাসৰ দেহাৱসান…

asomiyapratidin
  • টিডিপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ এন শিৱা প্ৰসাদৰ দেহাৱসান।
  • চেন্নাইৰ এপল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে শিৱা প্ৰদাসে।
  • শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।