ৰাষ্ট্ৰীয়

তামিলনাডুত ১৪ লাখ টকা নকল নোটসহ ৫জনক গ্ৰেপ্তাৰ…

asomiyapratidin
  • তামিলনাডুৰ ইডিগাৰাইত দেওবাৰে আৰক্ষীৰ অভিযান।
  • অভিযানকালত জব্দ নকল নোট বনোৱা যন্ত্ৰ-পাতি।
  • লগতে আৰক্ষীয়ে জব্দ কৰে প্ৰায় ১৪ লাখ টকাৰ নকল নোট।
  • ইতিমধ্যে আৰক্ষীয়ে এই চক্ৰৰ সৈতে জড়িত ৫জনক কৰিছে গ্ৰেপ্তাৰ।