তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা।তিৰুৱন্নমলাই নামৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।এখন ভেন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।ঘটনাস্থলীতে থিতাতে নিহত ৪ গৰাকী মহিলাৰ সৈতে মুঠ ৬জন লোক।ভেনত অহা গোটেই কেইজন যাত্ৰী মৃত্যু দুৰ্ঘটনাটোত।