ৰাষ্ট্ৰীয়

স্পাইচজেটৰ ২ বৈমানিকৰ লাইচেঞ্চ বাতিল…

asomiyapratidin
  • স্পাইচজেটৰ দুগৰাকীৰ বৈমানিকৰ লাইচেঞ্চ বাতিল।
  • এবছৰৰ বাবে বাতিল কৰা হয় বৈমানিক দুগৰাকী লাইচেঞ্চ।
  • মুম্বাই বিমানবন্দৰৰ ৰানৱে'ত নিৰ্ধাৰিত দূৰত্বতকৈ অধিক দূৰ অতিক্ৰম কৰাৰ বাবে বাতিল লাইচেঞ্চ।
  • ২ জুলাই, ২০১৯ত এছজি-৬২৪৮ বিমানৰ বৈমানিক আছিল দুয়োগৰাকী পাইলট।