ৰাষ্ট্ৰীয়

নিৰাপত্তাৰক্ষীলৈ গ্ৰেণেড নিক্ষেপ…

asomiyapratidin
  • দক্ষিণ কাশ্মীৰৰ চপিয়ানত নিৰাপত্তাৰক্ষীলৈ গ্ৰেণেড নিক্ষেপ সন্ত্ৰাসবাদীৰ।
  • চপিয়ানৰ গগৰন এলেকাত সংঘটিত হৈছে এই ঘটনা।
  • কোনো হতাহত হোৱা নাই ঘটনাটোত ।
  • ঘটনাস্থলীত সেনাৰ অভিযান ।