ৰাষ্ট্ৰীয়

দক্ষিণ কাশ্মীৰত ভাৰতীয় বায়ু সেনাৰ ২ জোৱান নিহত…

asomiyapratidin
  • দক্ষিণ কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত দুজন ভাৰতীয় বায়ু সেনাৰ জোৱান।
  • দক্ষিণ কাশ্মীৰৰ আৱন্তিপোৰাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • নিহত বায়ু সেনাৰ লোক দুজন ক্ৰমে- ক্সোৱাড্ৰ'ন লিডাৰ ৰাকেশ পাণ্ডে আৰু ক'ৰ্পৰেল অজয় কুমাৰ।
  • ইফালে, এজন এয়াৰমেনো আহত হয় এই দুৰ্ঘটনা।
  • আহত এয়াৰমেনজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।