ৰাষ্ট্ৰীয়

শিৰোমণি অকালী দলৰ নেতাৰ কনভয়ৰ গাড়ীত ট্ৰাকৰ খুন্দা, থিতাতে নিহত এজন, আহত ৪…

asomiyapratidin
  • পঞ্জাৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • শিৰোমণি অকালী দলৰ নেতা বিক্ৰম সিঙৰ কনভয়ৰ বাহনত খুন্দা মাৰিলে এখন ট্ৰাকে।
  • পঞ্জাৱৰ মোগাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।
  • ইফালে, গুৰুতৰভাৱে আহত নেতাজনৰ কনভয়ৰ গাড়ীত অহা ৪জনকৈ লোক।
  • আহত আটাইকেইজনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।