ৰাষ্ট্ৰীয়

অন্ধ্ৰপ্ৰদেশত লাইনচ্যুত যাত্ৰীবাহী ৰে’ল…

asomiyapratidin
  • অন্ধ্ৰপ্ৰদেশত যাত্ৰীবাহী ৰে'ল লাইনচ্যুতৰ ঘটনা।
  • ৰাজ্যখনৰ ক'ডুৰা ৰেল ষ্টেচনত সংঘটিত হয় এই ঘটনা।
  • শিৰডি এক্সপ্ৰেছ নামৰ ৰেলখন লাইনচ্যুত হয় মঙলবাৰে পুৱা।
  • তিৰুপতিৰ পৰা শিৰডিলৈ গৈ আছিল ৰেলখন।
  • সৌভাগ্যক্ৰমে আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰা হৈছে।