জ্যেষ্ঠ কংগ্ৰেছ নেতা ড০ এ কে ৱালিয়াৰ মৃত্য।কোভিড আক্ৰান্ত হৈ মৃত্যু হয় কংগ্ৰেছ নেতা গৰাকীৰ ।দিল্লীৰ এপোলো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৱালিয়া ।ড০ এ কে ৱালিয়া আছিল দিল্লী প্ৰাক্তন মন্ত্ৰী ।দেশত কোভিডৰ দ্বিতীয় ঢৌৱে এক বিভিষিকাৰ সৃষ্টি কৰিছে ।