ৰাষ্ট্ৰীয়

হাৰিয়ানাত পথ দুৰ্ঘটনা, নিহত ১২ জন

asomiyapratidin
  • হাৰিয়ানাত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • এখন ট্ৰাকে মহতিয়ালে কাৰ আৰু বাইকক।
  • থিতাতে নিহত ১২ জন।
  • দুৰ্ঘটনাটোত আহত হৈছে ৭ জন।
  • ভুল দিশেৰে আহি আছিল ট্ৰাকখন।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল।