ৰাষ্ট্ৰীয়

শোকাৱহ পথ দুৰ্ঘটনা, পিতৃ-মাতৃৰ সৈতে মৃত্যু দুই সন্তান…

asomiyapratidin
  • হাৰিয়ানাত ৰেৱা গাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।
  • এখন কাৰ আৰু ট্ৰাকৰ সংঘৰ্ষ।
  • দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৪ জন লোক নিহত।
  • নিহত হৈছে আন এজন লোকো।
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
  • আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাটোত মৃত্যু হৈছে পিতৃ-মাতৃৰ লগতে দুই সন্তান ।