ৰাষ্ট্ৰীয়

ভয়ানক পথ দূৰ্ঘটনা,৬ শিশু সহ ১৪ জনৰ মৃত্যু…

asomiyapratidin
  • ট্ৰাক আৰু এছয়ুভি বাহনৰ মাজত সংঘৰ্ষ ।
  • উত্তৰ প্ৰদেশৰ প্ৰতাপ গড়ত সংঘটিত হয় এই পথ দূৰ্ঘটনা ।
  • বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বাজি ৪৫ মিনিটত সংঘটিত হয় দূৰ্ঘটনাটো ।
  • দূৰ্ঘটনাটোত ১৪ জন লোকৰ মৃত্যু হয় ।
  • মৃত্যু হোৱা লোক কেইগৰাকীৰ মাজত আছে ৬ জন শিশু ।
  • আঘাত প্ৰাপ্ত হয় কিছু সংখ্যক লোক ।