- পাটনাত অব্যাহত বানৰ তাণ্ডৱ।
- বৰ্তমানলৈ বহুলোকে প্ৰাণ হেৰুৱাইছে বানৰ কৱলত পৰি।
- ইফালে, বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰ জে ডি নেতা তেজশ্বী যাদৱে।
- আৰ জে ডি নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সমালোচনা কৰি সংবাদমাধ্যমৰ আগত কয়-
- 'মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নতিৰ কথা কয়। কিন্তু উন্নতি ক'ত হৈছে?'
- 'পাটনা কেনেকৈ এখন স্মাৰ্ট চিটী হ'ব?'
- 'নীতিশ কুমাৰে এইবোৰৰ দায়িত্ব ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে।'