কোৰোনা ভাইৰাছক লৈ সৃষ্টি সন্ত্ৰাসৰ মাজতে সংবাদমাধ্যমক সম্বোধন কৰিব ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে।শক্তিকাম দাসে সম্বোধন কৰিব সংবাদমাধ্যমক।পুৱা ১০ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব গৱৰ্ণৰগৰাকীয়ে।কোৰোনাৰে যুঁজিবলৈ আৰ্থিক সাহাৰ্য্যৰ পেকেজ ঘোষণাৰ সম্ভাৱনা।