ৰাষ্ট্ৰীয়

আৰ এল ডিৰ সভাপতি অজিত সিঙৰ দেহাৱসান…

asomiyapratidin
  • ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি চৌধাৰী অজিত সিঙৰ দেহাৱসান।
  • পৰিয়ালৰ লোকে সাংবাদিকক জনালে এই খবৰ।
  • তেওঁৰ ২০ এপ্ৰিল, ২০২১ত কোভিড পজিটিভ ধৰা পৰিছিল।