ৰাষ্ট্ৰীয়

আজি প্ৰয়াগৰাজলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

asomiyapratidin
  • আজি প্ৰয়াগৰাজলৈ যাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
  • কুম্ভ মেলাত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে।
  • পৰমাৰ্থ নিকেতন আশ্ৰমত গান্ধী বিচাৰ পুনৰুত্থান বিষয়ৰ ওপৰত আয়োজিত দুদিনীয়া শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব কোবিন্দে।
  • আজিৰে পৰা আৰম্ভ হৈছে কুম্ভমেলা।